Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো ব্যৱহাৰত লগোৱা হোৱা নাই
Example : তেওঁ অব্যৱহৃত বস্তুবোৰ দুখীয়াৰ মাজত বিলাই দিলে
Synonyms : অপ্রযুক্ত, অব্যৱহৃত
Meaning : অন্তর্ভুক্ত ্নকৰা
Example : মহাজনে খেতিয়কৰ অভুক্ত ধনৰাশি অতি সোনকালে দিবলৈ কʼলে
Meaning : যিটো ভোগা হোৱা নাই
Example : মোৰ কাৰণে অভুক্ত দুখৰ কল্পনাই কষ্টকৰ
Synonyms : অভোগ্য
Install App