Subscribe
URL of the page has been copied to clipboard.
Meaning : আদালতত কোনো গোচৰ উপস্থাপন কৰা ব্যক্তি
Example : ফৰিয়াদীয়ে নিজৰ পক্ষক সবল কৰিবলৈ ভালেমান প্রমাণ গোটাইছে
Synonyms : গুচৰীয়া, ফৰিয়াদী
Meaning : অভিযোগ কৰোতা ব্যক্তি
Example : জাজে অভিযোগকাৰীৰ পৰা প্রমাণ বিচাৰিলে
Meaning : অভিযোগ কৰোঁতা
Example : অভিযোগকাৰী ৰামদুলাৰায়ে নিজৰ অভিযোগ উঠাই লʼলে
Install App