Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অভিযোগ from অসমীয়া dictionary with examples, synonyms and antonyms.

অভিযোগ   বিশেষ্য

Meaning : কাৰোবাৰ ওপৰত অপৰাধৰ অভিযোগ, দোষ বা আৰোপ লগোৱা কার্য

Example : তেওঁ নিজৰ অভিযোগ প্রমাণ কৰিব নোৱাৰিলে

Synonyms : আৰোপ, গোচৰ

Meaning : এওঁ এইদৰে কৰিছে বুলি কাৰোবাৰ বিষয়ে কোৱা:দুর্নীতিৰ অভিযোগত তেওঁক নিলম্বিত কৰা হৈছে

Example :

Synonyms : অনুযোগ, দোষাৰোপ, দোষাৰোপন, দোষী, নালিছ

Meaning : দোষমুক্তিৰ বাবে বা ক্ষতিপূৰণৰ নিমিত্তে ন্যায়ালয়ত কৰা প্রার্থন্া

Example : অনুসন্ধানৰ অন্তত গম পোৱা গʼল যে তেওঁৰ ওপৰত লগোৱা অভিযোগটো মিছা

Synonyms : অনুযোগ, দায়ীকৰা-, দোষ, দোষাৰোপ, দোষাৰোপণ, দোষীকৰা-, নালিছ

Meaning : কাৰোবাৰ ব্যৱহাৰ, কার্য আদিত দুখী হৈ তেওঁৰ ্ বা তেওঁৰ সম্বন্ধীয় কোনোলোকক উদয় হোৱা দুখৰ বিষয়ে কোৱা কার্য

Example : মোৰ আপোনাৰ ওচৰত কোনো আপত্তি নাই, এতিয়া আপুনি যাব পাৰে

Synonyms : আপত্তি, ওজৰ, ওজৰ-আপত্তি

অভিযোগ   বিশেষণ

Meaning : অভিযোগেৰে ভৰা বা অভিযোগৰ সৈতে যুক্ত

Example : তেওঁ ্ৰাষ্ট্রপতিলৈ এখন অভিযোগ পত্র লিখিলে

Synonyms : অপবাদযুক্ত