Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো ব্যৱহাৰত লগোৱা হোৱা নাই
Example : তেওঁ অব্যৱহৃত বস্তুবোৰ দুখীয়াৰ মাজত বিলাই দিলে
Synonyms : অপ্রযুক্ত, অভুক্ত
Meaning : যিটো প্রচলিত নহয়
Example : তুমি সদায় অপ্রচলিত সাজ-পোছাকেই কিয় পিন্ধা ?
Synonyms : অপ্রচলিত, নচলা, পুৰণিকলীয়া, পুৰাতন, প্রচলনহীন
Install App