Subscribe
URL of the page has been copied to clipboard.
Meaning : ব্যৱস্থাৰ অভাৱ
Example : অব্যৱস্থাৰ কাৰণে কোনো কাম সময়মতে নহয়
Synonyms : গণ্ডগোল, গোলমাল, ঘমঘণ্ট, বিশৃংখলা, হুলস্থূল
Meaning : জানি-বুজি বা আকোৰগোজ মনোভাবৰ পৰা জন্ম হোৱা বা অপটু কাৰণত হোৱা খেলিমেলি
Example : আজিকালি প্রায়বোৰ বিভাগতে কিবা কিবা নহয় কিবা গোলমাল থাকেই
Synonyms : গণ্ডগোল, গোলমাল, ঘমঘণ্ট, ঘোটালা, বিশৃঙ্খলা
Install App