Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ বোধ শক্তি নাই
Example : প্রকৃতিত বহুত অবোধ প্রাণী আছে
Synonyms : অবোধগম্য
Meaning : যাৰ বুদ্ধি নাই বা বুদ্ধি কম
Example : মূর্খই ্অবাবত তর্ক কৰে
Synonyms : অহম্মক, গোটগৰু, দগধা, নির্বোধ, বুদ্ধিহীন, বুর্বক, ভোদা, মূর্খ, মূৰুখ
Meaning : যি বিবেকবান নহয় বা যাৰ ভাল-বেয়াৰ জ্ঞান নাই
Example : অবিবেকী কংসই ভগৱান কৃষ্ণক মাৰিবলৈ অনেক চেষ্টা কৰিছিল, কিন্তু সফল নহʼল
Synonyms : অজ্ঞানী, অন্ধ, অবিবেকী, বিবেকশূন্য, বিবেকহীন
Install App