Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো বুজিব নোৱাৰি
Example : মুর্গী আগত আহিছিল নে কণী, ই এক অবুজ সাঁথৰ
Meaning : যিটো বুজি পোৱা নাযায়
Example : শিক্ষয়িত্রীয়ে নুবুজা পাঠটো পুনৰ পঢ়াব
Synonyms : নুবুজা
Meaning : যি বুজি পোৱা নাই
Example : মই অবুজ ছাত্রবোৰক বুজাই বুজাই ভাগৰি গʼলো
Install App