Subscribe
URL of the page has been copied to clipboard.
Meaning : অলপো জিৰণি নোলোৱাকৈ বা ক্রমভঙ্গ নকৰাকৈ
Example : শচীনে অবিৰতভাৱে ছয় মাৰি আছে
Synonyms : অনবৰত, নিৰন্তৰ
Meaning : যি কেতিয়াও সমাপ্ত নহয়
Example : প্রকৃতি ভগৱানৰ অন্তহীন বিস্তাৰ
Synonyms : অনন্ত, অন্তহীন
Meaning : নিৰন্তৰ হৈ থকা
Example : ধাৰাসাৰ বৰষুণৰ কাৰণে জন-জীৱন বিশৃংখল হৈ পৰিলে
Synonyms : অনবৰত, অবিৰাম, ধাৰাসাৰ
Install App