Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অবাক from অসমীয়া dictionary with examples, synonyms and antonyms.

অবাক   বিশেষ্য

Meaning : কোনো নতুন, অদ্ভূত বা অসাধাৰণ বিষয় দেখিলে, শুনিলে বা ধ্যান দিলে উৎপন্ন হোৱা মনৰ অৱস্থা

Example : মোক হঠাৎ দেখি ্ তেওঁ ্ অবাক হʼল

Synonyms : আচৰিত হোৱা-, আশ্বর্য, আশ্বর্য্য, চমক, বিচূর্ত্তি, বিস্ময়

Meaning : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়

Example : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে

Synonyms : অদ্ভুত কাম, আচৰিত, আশ্চর্য, চমক, চমৎকাৰ, তবধ, বিস্ময়

অবাক   বিশেষণ

Meaning : যি ্আশ্বর্য ্প্রকাশ কৰিছে

Example : তেওঁৰ ্কাম দেখি আমি সকলো অবাক ্হʼলোঁ

Synonyms : আচৰিত, স্তম্ভিত

Meaning : যি একো নকয়

Example : মৌন ব্যক্তিৰ মনত অহৰহ চিন্তা চলি থাকে তেওঁৰ ্কথাশুনি মই অবাক হৈ পৰিলোঁ

Synonyms : চুপ, মৌন