Subscribe
URL of the page has been copied to clipboard.
Meaning : যি পৰাজিত নহয় বা যাক হৰুৱাব নোৱাৰি
Example : এই খেলত দুয়োটা দল অপৰাজিত হৈ ৰʼল
Synonyms : অপ্রতিহত, অবিজিত
Meaning : যাক জয় কৰিব নোৱাৰি
Example : মৃত্যু অপৰাজেয়
Synonyms : অজেয়, অদমনীয়, অদমিত, অদম্য, অপৰাজেয়, অপৰাভূত, দুষ্পৰাজেয়, দুৰাক্রম্য
Install App