Subscribe
URL of the page has been copied to clipboard.
Meaning : ইচ্ছাৰ অভাৱ বা ইচ্ছা নোহোৱাৰ ভাব
Example : তেওঁ ্পঢ়াৰ প্রতি নিজৰ অনীহা প্রকাশ কৰিলে
Synonyms : অনভিলাষ, অনিচ্ছা, অনীহা, অৰুচি
Meaning : স্নেহ বা প্রেমৰ অভাৱ
Example : লʼৰা-ছোৱালীৰ প্রতি ্তেওঁৰ অপ্রীতি দেখি বৰ দুখ লাগে
Synonyms : অপ্রেম
Install App