Meaning : যি নি্র্ধাৰিত নহয়
Example :
বন্ধৰ কাৰণে সকলোবোৰ গাড়ী অনি্র্ধাৰিত সময়ত চলাচল কৰি আছে
Synonyms : অনিশ্চিত, অনি্র্ধাৰিত, নভবা নিচিন্তা
Meaning : যিটো আশা কৰা নহয়
Example :
মোহনৰ নিচিনা ছাত্রও অপ্রত্যাশিতভাৱে পৰীক্ষাত ফেইল হৈছে
Synonyms : অনাকাংক্ষিত
Meaning : যি প্রত্যাশাৰ পৰা দূৰত
Example :
ৰামে অপ্রত্যাশিত সফলতা লাভ কৰিলে
Synonyms : আশাতীত, প্রত্যাশাতীত