Meaning : প্রতিৰোধ বা বিৰোধ নকৰা
Example :
অপ্রতিহত যুদ্ধ কেনেকৈ সম্ভৱ হʼল
Synonyms : নির্বিবাদ, প্রতিৰোধহীন, বাধাহীন
Meaning : অত্যন্ত পৰাক্রমী
Example :
চিকন্দৰ শক্তিমন্ত ৰজাসকলৰ ভিতৰত এজন
Synonyms : বিক্রমশালী, শক্তিমন্ত, শক্তিশালী, ্দুর্জয়, ্পৰাক্রমী