Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ সীমা নাই
Example : সাধুজনে ভগৱানৰ অসীম লীলাৰ গুণ-গান বখানি আছে
Synonyms : অপৰিসীম, অবাধ, অসীম, সীমাহীন
Meaning : যাৰ গভীৰতা বা তলি গম পোৱা নাযায়
Example : পণ্ডিত সুনীলৰ অগাধ জ্ঞান আছে
Synonyms : অগাধ, অতল, অপৰিসীম
Meaning : যাৰ ওচৰলৈ পৰা নাযায়
Example : মোহনে দুর্লংঘ্য পর্বত ্ পাৰ হʼবলৈ চেষ্টা কৰিছে
Synonyms : অগম্য, অনতিক্রমনীয়, অনতিক্রম্য, অপাৰগম্য, অলংঘনীয়, অলংঘ্য, অলঙ্ঘনীয়, অলঙ্ঘ্য, দুর্লংঘ্য, দুস্তৰ
Meaning : যাৰ জোখ লʼব নোৱাৰি বা যাক জোখিব নোৱাৰি
Example : সৃষ্টি অপৰিমিত সম্পদৰ খনি
Synonyms : অপৰিমিত, অমাপনীয়
Install App