Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অপহৰণকাৰী from অসমীয়া dictionary with examples, synonyms and antonyms.

অপহৰণকাৰী   বিশেষ্য

Meaning : কাৰোবাক পলুৱাই লৈ যোৱা ব্যক্তি

Example : পুলিচে অপহৰণকাৰীক বিচাৰি তালাচী চলাই আছে

Synonyms : ্অপহৰণকর্তা

Meaning : যাৰ পেছাই লুট-পাত কৰা বা মানুহক লুটা

Example : অপহৰণকাৰীয়ে গোটেই বাছখন লুটিলে

Meaning : অপহৰণ কৰা ব্যক্তি

Example : অপহৰণকাৰীয়ে পাঁচ লাখ টকা মুক্তিপণ বিচাৰিছে

Synonyms : অপহৰণ-কর্তা, ্অপহৰণকর্তা