Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অপহৃত from অসমীয়া dictionary with examples, synonyms and antonyms.

অপহৃত   বিশেষণ

Meaning : চুৰি কৰা

Example : অপহৃত ধনক তেওঁ গাঁত খান্দি লুকোৱাই থলে

Synonyms : চুৰি

Meaning : যাৰ অপহৰণ কৰা হৈছে

Example : নিজৰ বুদ্ধিমত্তাৰ কাৰণে এজন অপহৃত শিশু অপহৰণকাৰীৰ কৱলৰ পৰা পলাই সাৰিল

Meaning : কাঢ়ি নিয়া

Example : অপহৃত ধনৰ দ্বাৰা তুমি বেছিদিন সুখ নাপাবা

Synonyms : লুণ্ঠিত