Subscribe
URL of the page has been copied to clipboard.
Meaning : নিজৰ স্থানৰ পৰা আঁতৰ্াই দিয়া
Example : তেওঁ ্ স্থানচ্যুত বস্তুবোৰ আকৌ নিজৰ নিজৰ ঠাইত ৰাখিছিল
Synonyms : অপসৃত, দূৰীকৃত, দূৰীভূত, স্থানচ্যুত, স্থানান্তৰিত
Meaning : যাক চাকৰিৰ পৰা বা নিজৰ পদৰ পৰা আঁতৰোৱা হৈছে
Example : নিলম্বিত ্ কর্মচাৰীসকলে পুনৰ সংস্থাপনৰ কাৰণে উচ্চ ন্যায়লয়ত আবেদন কৰিছে
Synonyms : খেদা-খোৱা, নিলম্বিত, পদচ্যুত, বর্খাস্ত, বৰখাস্ত
Install App