Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অপযশ from অসমীয়া dictionary with examples, synonyms and antonyms.

অপযশ   বিশেষ্য

Meaning : কাৰোবাৰ ওপৰত আৰোপ কৰা দোষ

Example : নভবা নিচিন্তাকৈ কাৰো চৰিত্রত কলংক সনা উচিত নহয়

Synonyms : কলংক, কালিমা, দাগ, লাঞ্ছনা

Meaning : কুখ্যাত হোৱাৰ অৱস্থা বা ভাব

Example : ডকাইত হিচাপে ৰত্নাকৰ বদনামী পোৱাৰ বিপৰীতে ঋষি বাল্মীকি হিচাপে অধিক খ্যাতি লাভ কৰিছিল

Synonyms : অপকীর্তি, কুকীর্তি, কুখ্যাতি, দুর্নাম, বদনামী