Meaning : কোনো বস্তু, স্বামীত্ব আদিৰ অনুচিত বা বেয়া ধৰণে কৰা ব্যৱহাৰ
Example :
আমি নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰা অনুচিত
Meaning : অনুচিতভাৱে কাৰোবাৰ ধনসম্পত্তি কামত লগোৱা কার্য
Example :
অপব্যৱহাৰো এক ধৰণৰ পাপ
Synonyms : অপপ্রয়োগ
Meaning : অনাহক আৰু অধিক খৰচ
Example :
অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে
Synonyms : অতিখৰচী, অপচয়, অপপ্রয়োগ, অপব্যয়, আধানার্জ্জি