Meaning : হেৰুওৱা বা লোকচান ভৰা কার্য
Example :
ধনৰ ইমান অপচয় হোৱাৰ পিছতো তেওঁ ্স্বভাৱ সলনি নহʼল
Meaning : কোনোবাই দিয়া আজ্ঞা বা কাৰ্যৰ নোহোৱাৰ দৰে কৰা কাৰ্য
Example :
চৰকাৰী আঁচনিবোৰৰ প্ৰায়েই অপচয় কৰা দেখা যায়
Meaning : অনাহক আৰু অধিক খৰচ
Example :
অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে
Synonyms : অতিখৰচী, অপপ্রয়োগ, অপব্যয়, অপব্যৱহাৰ, আধানার্জ্জি