Subscribe
URL of the page has been copied to clipboard.
Meaning : বোকা বা পংক নোহোৱা এক অৱস্থা
Example : পদুম বোকাত ফুলিও অপংকিল হৈ থাকে
Synonyms : অপংকিল, পংকহীন, পংকৰহিত, পঙ্কহীন
Meaning : যʼত কোনো ময়লা বা কলুষতা নাই
Example : শুদ্ধ অন্তৰেৰে ঈশ্বৰক স্মৰণ কৰিব লাগেজুৰিৰ পানী নি্র্মল
Synonyms : অপংকিল, অমলিন, কলুষহীন, চাফা, নি্র্মল, পবিত্র, প্রাঞ্জল, পৰিষ্কাৰ, বিমল, বিশুদ্ধ, শুদ্ধ, স্বচ্ছ
Install App