Subscribe
URL of the page has been copied to clipboard.
Meaning : ভালৰ ওলোটা বা বিপৰীত
Example : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
Synonyms : অধম, অনুচিত, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
Meaning : যিটো ঘৃণাৰ যোগ্য
Example : ভ্রূণ-হত্যা এটা ঘৃণনীয় অপৰাধ
Synonyms : কুৎসিত, ঘিণ লগা-, ঘৃণনীয়, ঘৃণাজনক, ঘৃণাযোগ্য, ঘৃণার্হ, ঘৃণিত, ঘৃণ্য, জঘন্য, বীভৎস
Install App