Meaning : সাপেক্ষ জ্ঞান
Example :
পাৰস্পৰিক আশ্ৰয়ৰ অভাৱত জীৱন জটিল হৈ পৰিছে
Synonyms : পাৰস্পৰিক আশ্ৰয়
Meaning : এজনে আনজনৰ বা পৰস্পৰৰ সহায়-সহযোগ
Example :
পতি-পত্নীৰ মাজত অন্যোন্যাশ্ৰয় হোৱাটো স্বাভাৱিক কথা