Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অন্যমনস্ক from অসমীয়া dictionary with examples, synonyms and antonyms.

অন্যমনস্ক   বিশেষণ

Meaning : যাৰ মন অন্য কোনো বস্তু বা কথাৰ প্রতি আসক্ত হৈ আছে

Example : অন্যমনস্ক ব্যক্তিৰ মন কোনো কামতে নবহে

Synonyms : উনমনা

Meaning : যি সাৱধান নহয়

Example : অসাৱধান লোক বিপদত পৰে

Synonyms : অনৱধান, অমনোযোগী, অসতর্ক, অসাৱধান, চকু-কাণ মুদা, বে-হুঁচিয়াৰ

Meaning : যাৰ মন দুখী হৈ কোনো কথাৰ পৰা আঁতৰি গৈছে

Example : তুমি চিন্তিত হৈ থকাৰ কথাটো তোমাৰ উদাস চেহেৰাটোৰ পৰাই জানিব পাৰি

Synonyms : উদাস, বিৰক্ত, ম্লান

Meaning : ধ্যান নাইকিয়া

Example : ধ্যানহীন লʼৰা-ছোৱালী পঢ়া-শুনাত বৰ দুর্বল

Synonyms : অমনোযোগী, আনমনা, ধ্যানহীন, মনোযাগহীন