Meaning : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণ নি্র্ণ্্য় কৰা
Example :
পুলিচে তথ্য সমূহৰ অনুসন্ধান কৰি আছে
Synonyms : অনুসন্ধান কৰা, পৰীক্ষণ কৰা
Meaning : কোনো ব্যক্তি, বস্তু, ঠাই আদি কʼত আছে চোৱা
Example :
পুলিচে হত্যাকাৰীক বিচাৰি ফুৰিছে
Synonyms : অনুসন্ধান কৰা, বিচৰা