Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অন্বেষণ from অসমীয়া dictionary with examples, synonyms and antonyms.

অন্বেষণ   বিশেষ্য

Meaning : মনোযোগ দি চোৱা কার্য

Example : শিক্ষার্থীয়ে গৱেষণাগাৰত অন্বেষণ কৰি আছে

Meaning : কোনো বিষয়ৰ ভালদৰে অনুশীলন কৰি সেই সম্পর্কে নতুন কথা বা তথ্যৰ বিচাৰ কৰা কার্য

Example : ৰবট বৈজ্ঞানিকৰ গৱেষণাৰ ফল

Synonyms : অনুসন্ধান, এষণা, গৱেষণা

Meaning : কোনো বিষয়ৰ তথ্য সম্বন্ধে চালিজাৰি চোৱা কার্য

Example : তহচিলদাৰে গাঁওখনৰ তদন্ত কৰিবলৈ আহি আছে

Synonyms : অনুসন্ধান, তদন্ত, বিচাৰ, বুজ