Meaning : যিয়ে গৱেষণা বা অন্বেষণ কৰে
Example :
গৱেষকে গৱেষণাত ব্যস্ত হৈ আছে
Synonyms : অনুসন্ধানী, অন্বেষণকাৰী, গৱেষক, গৱেষণা কর্তা
Meaning : গৱেষণা কৰোতা
Example :
এজন গৱেষক ছাত্রই অলপতে পি. এইচ. ডি ডিগ্রী লাভ কৰিছে
Synonyms : অনুসন্ধানী, গৱেষক