Subscribe
URL of the page has been copied to clipboard.
Meaning : সমাপ্ত হোৱাৰ ভাব বা কার্য
Example : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল
Synonyms : অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং
Meaning : কোনো ঘটনা আদিৰ সম্পাদন হোৱা বা অন্তিম অংশ
Example : এই কিতাপখনৰ উপসংহাৰ পঢ়াৰ পিছতহে আপুনি কোনো সিদ্ধান্তত উপনীত হʼব পাৰিব
Synonyms : ইতি, উপসংহাৰ, শেষ, সমাপ্তি
Meaning : কোনো বস্তু আদি সমাপ্ত হোৱা ভাব বা অৱস্থা
Example : কলিযুগত অন্ত নিশ্চিত
Synonyms : অৱসান, ইতি, ওৰ, পৰিসমাপ্তি, যতি, শেষ, শেহ, সমাপ্তি, সাং
Meaning : যি সকলোৰে পিছত হয়
Example : গাঁৱৰ শেষ সীমাত এটা মন্দিৰ আছে
Synonyms : অন্তিম, অন্ত্য, চৰম, শেষ
Install App