Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অনেক প্রকাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

অনেক প্রকাৰ   বিশেষণ

Meaning : যিটো সদৃশ নহয় বা এটা আনটোৰ লগত নিমিলে

Example : সকলো ধর্মৰে ্ মার্গ বেলেগ বেলেগ হʼলেও লক্ষ্য একেই

Synonyms : অনেক ৰকম, অনেকবিধ, অমিল, না না, নানা, নানা প্রকাৰ, নানাতৰহ, নানান, নানাপ্রকাৰ, নানাবিধ, পৃথক, বহু প্রকাৰ, বহু ৰকম, বহুবিধ, বিবিধ, বিবিধপ্রকাৰ, বিভিন্ন, বেলেগ বেলেগ, ভিন্ন, হৰেকৰকম

Meaning : বহুত ধৰণৰ বা প্রকাৰৰ

Example : জীৱনত অনেক ধৰণৰ মানুহৰ সৈতে পৰিচয় ঘটে

Synonyms : অনেক ধৰণ