Meaning : কোনো কথা বা কামত সন্মতি আদায়ৰ কাৰণে সন্মান সহকাৰে জনোৱা এক কার্য
Example :
কাৰোবাৰ অনুৰোধক নেওচা দিয়াটো ভাল কথা নহয়
Meaning : কাৰোবাৰ হকে কোনোৱে কৰা অনুকূল অনুৰোধ
Example :
দলপতি মহোদয়ে চাকৰিৰ কাৰণে উপায়ুক্তক অনুৰোধ কৰিলে
Synonyms : ফৰমাইচ
Meaning : কাৰোবাৰ পৰা কিবা কৰিবৰ কাৰণে নম্রতা সহকাৰে কৰা নিবেদন
Example :
চকিদাৰজনে ছুটী মঞ্জুৰিৰ কাৰণে বিষয়াজনৰ ওচৰত প্রার্থ্্না জনালে
Synonyms : প্রার্থ্্না, মিনতি
Meaning : বিশেষভাৱে আজ্ঞা দি বা অনুৰোধ কৰি কৰোৱা, মগোৱা বা তৈয়াৰ কৰোৱা
Example :
আমি ৰেডিঅʼত অনুৰোধৰ গান শুনি আছোঁ