Subscribe
URL of the page has been copied to clipboard.
Meaning : যি দেখিবলৈ একেধৰণৰ:এই দুইটা পুতলা দেখিবলৈ একে
Example :
Synonyms : অবিকল, একে, তদ্রূপ, তুল্য, প্রতিম, সংকাশ, সদৃশ, সন্মিত, সমতুল, সমতুল্য, সমান, সমৰূপী, সাইলাখ, হুবহু
Meaning : এই ধৰণৰ
Example : এনেকুৱা মোনা মোৰ ওচৰতো আছে
Synonyms : এই প্রকাৰৰ, এনেকুৱা, সদৃশ, হুবহু
Meaning : যিটো কিহবাৰ অনুৰূপ
Example : আপোনাৰ অনুকূলে কাম কৰিবলৈ মোৰ হাতত ক্ষমতা নাই
Synonyms : অনুকূল, অনুসৰি, মাফিক
Install App