Subscribe
URL of the page has been copied to clipboard.
Meaning : যি প্রেমত আসক্ত
Example : প্রেমাসক্ত পুৰুৰবাৰ কাৰণে উর্বশীয়ে স্বর্গ এৰি পৃথিৱীলৈ আহিছিল
Synonyms : অনুৰাগী, আসক্ত, প্রেমাসক্ত
Meaning : যি কোনো কাম বা বিষয়ত সম্পূর্ণ ধৰণে লাগি আছে বা লীন গৈছে
Example : তেওঁ পূজাত মগন হৈ আছে
Synonyms : ডুবা-, মগন, মগ্ন, মচগুল, লিপ্ত, ৰত
Install App