Meaning : কাম-বনত উৎসাহ নেদেখুওৱাজন
Example :
কোম্পানীয়ে অনুৎসাহী ব্যক্তিক বাহিৰ কৰি দিলে
Meaning : যʼত উৎসাহ বা স্ফূর্তি নাই
Example :
স্ফূর্তিহীন খেলুৱৈক দলৰ পৰা বাহিৰ কৰি দিয়া হʼল
Synonyms : উদ্যমহীন, উৎসাহহীন, নিৰুৎসাহিত, নিৰুৎসাহী, স্ফূর্তিহীন