Subscribe
URL of the page has been copied to clipboard.
Meaning : অনুসৰণ কৰাৰ ভাব
Example : সকলোৱেই অনুসৰণকাৰীৰ পৰা আশা কৰে
Meaning : যিজনে অনুকৰণ কৰে
Example : নেতাৰ অনুকৰণকাৰীয়ে সকলোকে প্রভাৱিত কৰিলে
Synonyms : অনুকৰণ কর্তা, অনুকৰণকর্তা, অনুকৰণকাৰী
Meaning : অনুকৰণ কৰোতা
Example : লʼৰা-ছোৱালী ডাঙৰৰ অনুকৰণকাৰী হয়
Synonyms : অনুকৰণকর্তা, অনুকৰণকাৰী
Install App