Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অনুসৰণ কৰা from অসমীয়া dictionary with examples, synonyms and antonyms.

অনুসৰণ কৰা   ক্ৰিয়া

Meaning : কাৰোবাৰ পিছত যোৱা কার্য

Example : লʼৰাটোৱে নিজৰ মাকক অনুসৰণ কৰি গৈ আছে

Synonyms : অনুগমন কৰা, পিছত যোৱা

Meaning : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা

Example : শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে

Synonyms : অনুকৰণ কৰা, নকল কৰা