Meaning : যিয়ে গৱেষণা বা অন্বেষণ কৰে
Example :
গৱেষকে গৱেষণাত ব্যস্ত হৈ আছে
Synonyms : অন্বেষক, অন্বেষণকাৰী, গৱেষক, গৱেষণা কর্তা
Meaning : যি অনুসন্ধানৰ সৈতে জড়িত
Example :
মই অনুসন্ধানী কাহিনী পঢ়িবলৈ ভালপাওঁ
Synonyms : অনুসন্ধানাত্মক, সন্ধানমূলক, সন্ধানী