Meaning : যিজনে অনুসন্ধানৰ কাম কৰে
Example :
অনুসন্ধানকাৰীয়ে ডকাইতৰ দলটোৰ সন্ধান পালে
Meaning : যিজনে কোনো কথা বা বস্তুৰ বিষয়ে অনুসন্ধান কৰে বা সম্ভেদ বিচাৰে
Example :
অৱশেষত অনুসন্ধানকাৰীৰ দলে হত্যাকাৰীৰ খবৰ বিচাৰি উলিয়ালে
Meaning : অনুসন্ধান কৰা ব্যক্তি
Example :
অনুসন্ধানকাৰীয়ে অনুসন্ধান কার্যত ্লাগি আছে
Synonyms : অনুসন্ধান কর্তা