Subscribe
URL of the page has been copied to clipboard.
Meaning : লেওৰ দৰে কোনো বস্তুক কোনো তল বা পৃষ্ঠৰ ওপৰত লগোৱা
Example : বেৰৰ লেপন শেষ হৈ গৈছে
Synonyms : প্লাষ্টাৰ, লেপন
Meaning : সুগন্ধিত পদার্থৰে নিজৰ দেহত লেপন লগোৱা কার্য
Example : ঠাকুৰ চাহাবে ফুলতেলৰ অনুলেপন নকৰাকৈ ঘৰৰ পৰা বাহিৰলৈ নোলায়
Install App