Subscribe
URL of the page has been copied to clipboard.
Meaning : আৱশ্যক নোহোৱা অৱস্থা বা ভাব
Example : কোনো বস্তুৰ আৱশ্যকতা আৰু অনাৱশ্যকতা তাৰ উপযোগিতাৰ ওপৰত নি্র্ভৰ কৰে
Synonyms : অনাৱশ্যকতা, উপযোগহীনতা, নিৰ্্র্থ্্কতা
Meaning : অযোগ্য হোৱা অৱস্থা বা ভাব
Example : অযোগ্যতাৰ কাৰণে তেওঁ এই পদটো নাপালে
Synonyms : অদক্ষতা, অনিপুণতা, অনুপযুক্ততা, অনৈপুণ্য, অপটুতা, অযোগ্যতা, অসামর্থ্য
Install App