Subscribe
URL of the page has been copied to clipboard.
Meaning : অযোগ্য হোৱা অৱস্থা বা ভাব
Example : অযোগ্যতাৰ কাৰণে তেওঁ এই পদটো নাপালে
Synonyms : অদক্ষতা, অনিপুণতা, অনুপযোগিতা, অনৈপুণ্য, অপটুতা, অযোগ্যতা, অসামর্থ্য
Meaning : উচিত বা উপযুক্ত নোহোৱা অৱস্থা
Example : তেওঁৰ অনুপযুক্ততাৰ প্রতি কোনো মনোযোগ নাথাকে
Synonyms : অনৌচিত্য
Install App