Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো উচিত, আৱশ্যক বা ভাললগা কথা নোহোৱাৰ কাৰণে মনত হোৱা দুখ
Example : মই আপোনাৰ কামটো সময়মতে কৰিব নোৱাৰাৰ বাবে দুখিত
Synonyms : আফচোচ, ক্ষোভ, খেদ, গ্লানি, দুঃখ, দুঃখিত, দুখ, দুখিত
Meaning : নিজে কৰা ভুলৰ উপল্্ব্ধি হোৱাৰ পিচত মনলৈ অহা দুখ বা গ্লানি ভাৱ
Example : দেউতাৰ কথা নমনাৰ বাবে মই অনুতাপ কৰিবলগীয়া হৈছে
Synonyms : অনুশোচনা, আক্ষেপ, আত্মগ্লানি
Install App