Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ কান্তি মাৰ গৈছে
Example : মাকক দেখিয়ে পুতেকৰ ম্লান মুখ উজ্বলি উঠিল
Synonyms : নিষ্প্রভ, মলিন, ম্লান, স্তিমিত
Meaning : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়
Example : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে
Synonyms : অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা, লেতেৰা-পেতেৰা
Install App