Subscribe
URL of the page has been copied to clipboard.
Meaning : ভালৰ ওলোটা বা বিপৰীত
Example : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
Synonyms : অধম, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
Meaning : যিটো নৈতিক নহয় বা যʼত নৈতিকতা নাই
Example : যেতিয়া দেশৰ কর্ণধ্াৰসকলেই চুৰি, ঘোচখুৰীৰ দৰে অনৈতিক কাম কৰে তেতিয়া দেশৰ অৱস্থা কি হʼব!
Synonyms : অনীতিপূর্ণ, অনৈতিক, নীতিবিৰুদ্ধ, নৈতিকতাহীন
Meaning : যিটো উচিত বা যুগুত নহয়
Example : তেওঁৰ অনুচিত কথাই এই কাজিয়াৰ কাৰণ
Synonyms : অন্যায়, অযথার্থ, অযুগুত, অসংগত, অসজ, অসমীচীন, ন্যায়বিৰুদ্ধ, ভুল
Install App