Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অনুকৰণকাৰী from অসমীয়া dictionary with examples, synonyms and antonyms.

অনুকৰণকাৰী   বিশেষ্য

Meaning : যিজনে অনুকৰণ কৰে

Example : নেতাৰ অনুকৰণকাৰীয়ে সকলোকে প্রভাৱিত কৰিলে

Synonyms : অনুকৰণ কর্তা, অনুকৰণকর্তা, অনুসৰণকাৰী

অনুকৰণকাৰী   বিশেষণ

Meaning : অনুকৰণ কৰোতা

Example : লʼৰা-ছোৱালী ডাঙৰৰ অনুকৰণকাৰী হয়

Synonyms : অনুকৰণকর্তা, অনুসৰণকাৰী

Meaning : কাৰোবাৰ আদব-কায়দা, মাত কথা আদিৰ নকল কৰা

Example : বান্দৰ বহুত অনুকৰণকাৰী

Synonyms : নকলকাৰী