Subscribe
URL of the page has been copied to clipboard.
Meaning : এক ধৰ্ম অনুসৰি ভিন-ভিন পদাৰ্থৰ একেই শাৰীলৈ অনা প্ৰক্ৰিয়া
Example : বস্তুবোৰৰ অন্বয়ৰ পৰা তাৰ বিষয়ে জানিবলৈ সহজ হয়
Synonyms : অন্বয়
Meaning : উত্তমৰ ফালৰ পৰা অধমৰ ফাললৈ অহা কার্য
Example : কাৰোবাৰ চৰিত্ৰৰ অধঃপতন ইয়াতকৈ অধিক আৰু কি
Synonyms : অধঃপতন, অনুলোম
Install App