Meaning : বস্তুৰ বা কামৰ অগা-পিছা হোৱা অৱস্থা বা ভাব
Example :
পৰস্পৰৰ মাজত চিঠি পঠোৱাৰ ক্রম ভাঙি যাব নালাগে
Synonyms : ক্রম
Meaning : ক্রম অনুসাৰে হোৱা অৱস্থা
Example :
দোকানবোৰৰ ক্রমানুসাৰিতাই পথটোৰ শোভা বৃদ্ধি কৰিছে
Synonyms : অনুক্রমিকতা, ক্রমপর্যায়, ক্রমানুসাৰিতা, ক্রমান্বয়তা, ক্রমিকতা, শাৰী