Subscribe
URL of the page has been copied to clipboard.
Meaning : ইচ্ছাৰ অভাৱ বা ইচ্ছা নোহোৱাৰ ভাব
Example : তেওঁ ্পঢ়াৰ প্রতি নিজৰ অনীহা প্রকাশ কৰিলে
Synonyms : অনভিলাষ, অনিচ্ছা, অপ্রীতি, অৰুচি
Meaning : যি মনোবৃত্তিয়ে কোনো কথা বা বস্তু লাভৰ প্রতি মনোযোগ আকর্ষণ নকৰে
Example : তেওঁ অনিচ্ছাৰ কাৰণে কোনো কামতে মন বহুৱাব পৰা নাই
Synonyms : অনাকাংক্ষা, অনিচ্ছা, অস্পৃহা, ইচ্ছাহীনতা
Install App