Meaning : নি্র্ণয় ্বা নিশ্চয়ৰ ্অভাৱ
Example :
অনিশ্চয়তাৰ অৱস্থাত কামবোৰ স্থগিত কৰি দিয়াই ভাল
Synonyms : অ্্নির্ণয়
Meaning : হয় বা নহয় সূচক স্থিতি
Example :
আপুনি মোক পইচা খুজি মোক দ্বিধাত পেলালে
Synonyms : কুণ্ঠা, খকজা, খোকোজা, দুই নাৱত দুই ভৰি, দোদুল্যমানতা, দোধা, দোধোৰ-মোধোৰ, দ্বিধা, দ্বৈধ, বিবুদ্ধিতা