Meaning : যি নি্র্ধাৰিত নহয়
Example :
বন্ধৰ কাৰণে সকলোবোৰ গাড়ী অনি্র্ধাৰিত সময়ত চলাচল কৰি আছে
Synonyms : অনি্র্ধাৰিত, অপ্রত্যাশিত, নভবা নিচিন্তা
Meaning : যʼত সন্দেহ হয় বা যাৰ দ্বাৰা সন্দেহৰ উৎপন্ন হয়
Example :
আপুনি সন্দেহজনক কথা কিয় কয় ?
Synonyms : অঠিক, অবিশ্বাস্য, দ্বিধাগ্রস্ত, সংশয়জনক, সন্দেহজনক, সন্দেহপূর্ণ