Meaning : অনিত্য বা অস্থায়ী হোৱাৰ অৱস্থা বা ভাব
Example :
জীৱ আৰু জগতৰ অনিত্যতা সর্বজনবিদিত
Synonyms : অস্থায়িত্ব, নশ্বৰতা
Meaning : ক্ষণভঙ্গুৰ হোৱা অৱস্থা বা ভাৱ
Example :
জীৱনৰ ক্ষণভঙ্গুৰতাৰ কথা মনত ৰাখি ্সৎকর্ম ্কৰাৰ চেষ্টা কৰিব লাগে
Synonyms : ক্ষণভঙ্গুৰতা